Thursday, 12 September 2013

Quiz by Diganta Barman

Date 10/09/2013

প্রশ্ন - শঙ্কৰদেবৰ সমগ্র সাহিত্যক কি বুলি আখ্যা দিয়া হয় ?
প্রশ্ন - বাণী কান্ত কাকতিয়ে বৰগীতক কি বুলি আখ্যা দিছে ?
প্রশ্ন -নামঘোষাক প্রকৃততে কি কাব্য বুলি কব পাৰি ?
প্রশ্ন - শঙ্কৰদেবৰ ৰচিত একমাত্র সংস্কৃত গ্রন্থ খন কি?
প্রশ্ন - ভক্তি প্রদীপৰ মুল গ্রন্থ কি?
প্রশ্ন - ডবাত প্রয়োগ হোৱা শব্দ কেইটাৰ অর্থ কি?
প্রশ্ন - যুক্তৰাগ কেইটা ?
প্রশ্ন - শংকৰ মাধবৰ জীবন মুল উপন্যাস এখনৰ নাম কোৱা?
প্রশ্ন - গুৰু চৰিত্র সমূহক কেই ভাগত ভগাব পাৰি ?
প্রশ্ন -  "অসমৰ বৈষ্ণৱ দৰ্শনৰ স্বৰ্ণ ৰেখা"  লেখক গৰাকিৰ নাম কি?

No comments:

Post a Comment