Date : 10/09/2013
গুৰু শঙ্কৰ-মাধৱদেৱৰ সাহিত্য-সংস্কৃতি (প্ৰথম পৰ্য্যায় )
১)ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে শঙ্কৰদেৱে উদ্ভাৱন কৰিছিল সমুহীয়া অনুষ্ঠান নামঘৰৰ ।শঙ্কৰদেৱে প্ৰথমটো নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল ?
২)কোঁচ ৰজা নৰনাৰায়নে ভুৰুকাত হাতী ভৰাই দিবলৈ আদেশ কৰাত শঙ্কৰদেৱে একে ৰাতিৰ ভিতৰতে কীৰ্তন ঘোষাৰ সাৰ কথাৰে লিখি উলিয়াইছিল এখন ক্ষুদ্ৰ গ্ৰন্থ ।এই গ্ৰন্থখনৰ নামটো জনাব ?
৩)ধৰমক কৰমক গৰবক ছুড়ি ডাকি
বোলহু ৰাম ৰাম !!----এয়া মাধৱদেৱ বিৰচিত এক বিখ্যাত সাহিত্য কৰ্মৰ শেষ পংক্তি ।এই সাহিত্য কৰ্মভাগিনো কি নামেৰে প্ৰখ্যাত ?
৪)''মঞি দুৰাচাৰ কেৱলে তোমাৰ.........'' এই পদফাঁকি কি ছন্দত গোৱা হয় ?
৫)''কীৰ্তন অসমৰ মৌচাক''---এই উক্তিটো কাৰ ?
৬)অসমৰ বৈষ্ণৱ সমাজত চাৰি পুথি বুলিলে কোনকেইখন পুথিক বুজায় ?
৭)প্ৰথমবাৰ তীৰ্থ ভ্ৰমণলৈ যাওঁতে মহাপুৰুষ শঙ্কৰদেৱে অসমীয়া সংস্কৃতিৰ ভঁড়াললৈ কোনবিধ অৱদান আগবঢ়াইছিল ?
৮)গুৰুজনাৰ বিৰচিত কোনখন নাট ''ৰাস''বুলিওঁ জনা যায় ?
৯)নৃত্যৰ আৰম্ভণি অংশক কি বোলা হয় ?
১০)শঙ্কৰদেৱ বিৰচিত নাটসমুহৰ ভিতৰত কোনখন নাটক শ্ৰেষ্ঠতা প্ৰদান কৰা হয় ?
প্ৰশ্ন :-কোনজন বৈষ্ণৱ পণ্ডিতক ''অসমীয়াৰ বৰদেউতা''আখ্যা দিয়া হয় ?
প্ৰশ্ন :-''শঙ্কৰদেৱ কোননো ? তেওঁৰ বিষয়ে মই বিশেষ একো নাজানো ।''---এয়া শঙ্কৰদেৱ বটাঁ বিজয়ী এজন মনিষীৰ উক্তি ।কোননো তেওঁ ?
প্ৰশ্ন :-আদিতে সত্ৰীয়া নৃত্য মহিলা সকলৰ বাবে নাছিল ।বৰ্তমান কালত অৱশ্যে সত্ৰীয়া নৃত্যৰ পুৰুষতকৈ মহিলা নৰ্তকীহে বেছি ।যুগৰ আহ্বান অনুসৰি সত্ৰীয়া নৃত্যক মহিলাসকলৰ বাবে কোনে মুকলি কৰি দিলে ?

Sir উওৰ কেইটা কৰি দিয়ক
ReplyDeleteকীৰ্তন অসমৰ মৌচাক উক্তিটো উত্তৰ টো দিয়া
Deleteজ্ঞান নাথ বৰা
Delete